119
তিনিচুকীয়াঃ আমি নলবাৰী কোনো কালেই দেখা নাই৷ নামহে শুনিছো৷ নলবাৰীলৈ যাব লাগিলে বহু টকাৰ দৰকাৰ হ’ব৷ আমি কৰ পৰা পাম ইমান টকা৷ আমি দাল দৰিদ্ৰ মানুহ৷ এসাঁজ খোৱাৰ পিছত এসাজৰ বাবে ভাবিব লগা হয়৷ চৰকাৰে আমাক গাড়ী ভাড়া কৰি দিয়ক৷ নহ’লে আমাৰ ইয়াৰ প্ৰশাসনে আমাক নলবাৰীৰ চামতাত যাবলৈ ব্যৱস্থা কৰি দিয়ক৷ এই খন আমাৰে চৰকাৰ৷
