Home দেশলক্ষ্য ২০১৯, দিল্লীত শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে কংগ্ৰেছৰ মহাধিৱেশন

লক্ষ্য ২০১৯, দিল্লীত শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে কংগ্ৰেছৰ মহাধিৱেশন

by News Desk
61 views
A+A-
Reset

ডিজিটেল ডেস্কঃ দিল্লীত শণিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ৮৪সংখ্যক কংগ্ৰেছৰ মহাধিৱেশন৷ এই অধিৱেনশতে আগন্তুক ৫বছৰৰ বাবে দলৰ লক্ষ্য আৰু কৰ্মসূচী নিৰ্ণয় হ’ব৷ লগতে আৰ্থিক আৰু বৈদেশিক বিষয়ৰ ওপৰতো ৪ টাকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷ কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে প্ৰথমবাৰৰ বাবে এই অধিৱেশনত ভাষণ প্ৰদান কৰিব৷ মহাধিৱেশনৰ আৰম্ভ হোৱাৰ পূৰ্বে শুকুৰবাৰে দলৰ জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হৈ যায়৷

#TopStory: Congress President Rahul Gandhi to address the party's plenary session in Delhi. (File Pic) pic.twitter.com/IGn9Lszpnt

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0