87
কলকাতাঃ ২০১৯ চনত অনুষ্ঠিত হ’বলগীয়া সাধৰণ নিৰ্বাচনৰ বাবে ক্ৰমে দেশৰ ৰাজনীতি গৰম হ’ব ধৰিছে৷ কোনে কাৰ সৈতে মিত্ৰজোঁট গঠন কৰি নিৰ্বাচনত অৱতীৰ্ণ হ’ব তাক লৈ আৰম্ভ হৈছে দল সমূহৰ মাজত পৰিকল্পনা৷
২০১৯ চনৰ সাধৰণ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে বিৰোধী দলক একত্ৰিত কৰিবলৈ উঠি-পৰি লাগিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে৷