93
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম যুৱ খেলুৱৈ হাৰ্দিক পাণ্ডিয়াই অৱশেষত বিবৃতি জাৰি কৰি কলে মই কাকো অপমান কৰা নাই৷ যিটো একাউন্টৰ পৰা টুইট কৰিছিল সেইটো ভুৱা একাউন্ট আৰু তেওৰ ফটো তাত ব্যৱহাৰ কৰি টুইট কৰি হৈছিল বুলি কয়৷
My statement. pic.twitter.com/P67YZLJqsl