Home দেশদুই দশকৰ মূৰত মুম্বাইৰ সাগৰৰ তীৰলৈ পুনৰ উভতি আহিল দুষ্প্ৰাপ্য কাছ

দুই দশকৰ মূৰত মুম্বাইৰ সাগৰৰ তীৰলৈ পুনৰ উভতি আহিল দুষ্প্ৰাপ্য কাছ

by News Desk
44 views
A+A-
Reset

ডিজিটেল ডেস্কঃ দুটা দশকৰ পিছত দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ অলিভ ৰিডলি ঘূৰি আহিল পুনৰ নিজৰ ঘৰলৈ৷ প্ৰশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ বুকুত ভ্ৰমি ফুৰা এই দুৰ্লভ প্ৰজাতিৰ কাছবিধে মুম্বাইৰ ভাৰ্ছবা উপকূলত ২০ বছৰৰ পূৰ্বেই বাস কৰিছিল। পিছে মানৱসৃষ্ট আৱৰ্জনাৰে কদৰ্যময় হৈ পৰা উপকূলটো এসময়ত এৰি সাগৰৰ গৰ্ভত বিলীন হৈ গৈছিল কাছবিধ। 

প্ৰকৃতিপ্ৰেমীৰ পৰা আৰম্ভ কৰি সকলোৱে ভাবিছিল যে এনে এটা পুতিগন্ধময় পৰিৱেশলৈ ঘুৰি নাহিব অলিভ ৰিডলি নামৰ কাছবিধ। কিন্তু শুকুৰবাৰে এক বেচৰকাৰী সংস্থা চলোৱা প্ৰকৃতিবিদ আফৰজ শ্বাহে উপকূল চাফাইৰ কামৰ সময়ত পুৱা কাছবিধৰ কণীৰ চোকোৰা দেখে। লগে লগে বিষয়টো বন বিভাগক অৱগত কৰে আফৰজে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0