Home গুৱাহাটীগুৱাহাটী পালেহি ম্যানমাৰৰ ৰোহিংগীয়া মুছলমান

গুৱাহাটী পালেহি ম্যানমাৰৰ ৰোহিংগীয়া মুছলমান

by News Desk
72 views
A+A-
Reset

গুৱাহাটীঃ ম্যানমাৰৰ ৰাখাইন প্ৰদেশত দেশখনৰ চৰকাৰ তথা সেনাই ৰোহিংগীয়া মুছলমানৰ বিৰুদ্ধে যি অভিযান চলাইছিল, তাৰ পৰিণতিত এই লোকসকলে ঘৰ-ভেটি এৰি বাংলাদেশত প্ৰৱেশ কৰিছে। এই প্ৰব্ৰজনে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰাৰ সময়তে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চললৈ ভাবুকি কঢ়িয়াই আনিছে। এই দেশান্তৰিত লোকসকল উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰিব বুলি চোৰাংচোৱা সংস্থাসমূহে সাবধান কৰি দিছিল। 

শুকুৰবাৰে মণিপুৰৰ সীমান্ত চহৰ ম’ৰেত তিনিজন ৰোহিংগীয়া যুৱকক চি আই ডিয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ভাৰত-ম্যানমাৰ সীমান্ত সম্প্ৰতি মানৱ সৰবৰাহ আৰু ক’লা বেহাৰ ভূস্বৰ্গলৈ পৰ্যবসিত হৈছে। চিআইডিৰ অধীক্ষক এছ ইবনচা সিঙৰ নেতৃত্বৰ এটা দলে ১৯ বছৰীয়া নুৰুল হাকিম আৰু মহম্মদ কালিমুল্লা তথা ২০ বছৰীয়া ছবিৰ আহমেদক গ্ৰেপ্তাৰ কৰে। ধৃত যুৱককেইজনে জেৰাৰ সময়ত প্ৰকাশ কৰা তথ্যই সকলোকে সচকিত কৰি তুলিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0