Home অন্যান্য খবৰজহি-খহি গৈছে গান্ধীভৱন, ঐতিহ্যক লৈ শংকিত সৰভোগবাসী

জহি-খহি গৈছে গান্ধীভৱন, ঐতিহ্যক লৈ শংকিত সৰভোগবাসী

by News Desk
65 views
A+A-
Reset

সৰভোগঃ মুক্তিযুঁজাৰুৰ স্মৃতিত নিৰ্মাণ কৰা সৰভোগৰ ঐতিহাসিক গান্ধীভৱনৰ অৱস্থা তেনেই শোচনীয়া। আন্ত:গাঁথনি উন্নীত নকৰাৰ ফলত ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছে স্বাধীনতা আন্দোলনৰ স্মৃতি বিজড়িত ভৱনটো।

গান্ধীভৱন হৈছে দেশ মাতৃৰ অখণ্ডতা ৰক্ষাৰ নিমিত্তে হোৱা স্বাধীনতা আন্দোলনৰ এক সাক্ষ্য। স্বাধীনতা যুঁজত জপিয়াই পৰা  ১৪১ গৰাকী মুক্তিযুঁজাৰুক স্বাধীন ভাৰতৰ চৰকাৰে বীৰ মুক্তি যোদ্ধাৰ স্বীকৃতি দিছিল। ব্ৰিটিছক কৰ নিদিও বুলি বিক্ষোভ কৰাৰ পিছত স্বাধীন ভাৰত চৰকাৰে উক্ত অঞ্চলৰ নিৰ্য্যাতিত ব্যক্তিৰ পাইকাৰী জৰিমনা ঘুৰাই দিছিল। সেই টকাৰেই সৰভোগ নগৰত স্থাপন কৰা হৈছিল গান্ধীভৱন। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0