ডিজিটেল ডেস্কঃ দেশত এটাৰ পিছত এটা ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ লগে লগে শাসকীয় দল বিজেপিৰ বিৰুদ্ধে বিৰোধী আক্ৰমণাত্মক হৈ পৰিছে৷ বিভিন্ন মাধ্যমেৰে শাসকীয় বিজেপি দলক আক্ৰমণ আৰম্ভ কৰিছে বিৰোধী দলে৷ এইবাৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কমল নাথে মহিলা-শিশু ধৰ্ষণ কাণ্ডৰ গইনা লৈ বিজেপিক তীব্ৰ সমালোচনা কৰে৷
भाजपा के नारों को देश की जनता अब यूँ कहती है…
मेक इन इंडिया-रेप इन इंडिया
बेटी पढ़ाओ,बेटी बचाओ- बेटी छिपाओ,बलात्कारियो से बचाओ…
देश बदल रहा है-बेटियों के साथ रोज़ रेप हो रहा है…
स्टार्ट अप इंडिया-रोज़ ब्रेक हो रही बहन-बेटियाँ
अबकी बार -नारी की इज्जत रोज़ हो रही तार-तार