Home দেশদিল্লীৰ চিকিৎসকৰ ধৰ্মঘটৰ অৱসান, সকাহ হাজাৰজনলৈ

দিল্লীৰ চিকিৎসকৰ ধৰ্মঘটৰ অৱসান, সকাহ হাজাৰজনলৈ

by News Desk
53 views
A+A-
Reset

নতুন দিল্লীঃ অৱশেষত দিল্লীৰ চিকিৎসকসকলৰ ধৰ্মঘটৰ অৱসান ঘটিছে। মহাৰাষ্ট্ৰ এছছিয়েশ্যন অব ৰেজিডেণ্ট ডক্তৰচ-য়ে বম্বে উচ্চ ন্যায়ালয়ক এই কথা জনাইছে। দেওবাৰে আবেলি মুম্বাইৰ এখন চিকিৎসালয়ত এজন কনিষ্ঠ চিকিৎসকক ৰোগীৰ আত্মীয়ই প্ৰহাৰ কৰাৰ পিছতেই সূচনা হৈছিল এই প্ৰতিবাদৰ। সোমবাৰে প্ৰায় ১০০ জন কনিষ্ঠ চিকিৎসকে ঘটনাৰ প্ৰতিবাদত কৰ্মবিৰতি পালন কৰিছিল৷  মুলত কৰ্মক্ষেত্ৰত সুৰক্ষিত পৰিৱেশৰ দাবীত চিকিৎসকসকলে এই কাৰ্যসুচী পালন কৰিছিল৷

সোমবাৰৰ পৰা প্ৰায় সহস্ৰাধিক চিকিৎসকে এই কাৰ্যসূচীত ভাগ লয়৷ আজি দিল্লীতো পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈ এই ধৰ্মঘট অব্যাহত আছিল যদিও শেহতীয়াকৈ এই ধৰ্মঘট অৱসানৰ কথা ন্যায়ালয়ক জনাইছে উক্ত এছচিয়েশ্যনে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0