Home অন্যান্য খবৰপাঠদান বাদ, অসম বিশ্ববিদ্যালয়ত এতিয়া প্ৰতিবাদ

পাঠদান বাদ, অসম বিশ্ববিদ্যালয়ত এতিয়া প্ৰতিবাদ

by News Desk
67 views
A+A-
Reset

গুৱাহাটীঃ বিগত কেইবাদিন ধৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত একাংশ ছাত্ৰই অামৰণ অনশন কৰাৰ পাছতে এইবাৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে বৰাকৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।

সময়ে সময়ে ৰাজ্যখনৰ ঐতিহাসিক শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাসমূহ ছাত্ৰ-ছাত্ৰীয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে অালাপ-অালোচনাৰ মাজেৰে মীমাংসা কৰিব খোজে যদিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অালাপ-অালোচনা প্ৰায়ে গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ উত্থাপন হয়। যাৰ বাবে বহু মূল্যৱান সময় নষ্ট কৰি তথা শ্ৰেণীকোঠা এৰি ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ কৰিব লগাত পৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0