Home অন্যান্য খবৰ১৩ নিযুত লোকৰ দৃষ্টি আকৰ্ষণ কৰা কাজিৰঙাৰ মনোজ

১৩ নিযুত লোকৰ দৃষ্টি আকৰ্ষণ কৰা কাজিৰঙাৰ মনোজ

by News Desk
57 views
A+A-
Reset

গোলাঘাটঃ এজন ব্যতিক্ৰমী যুৱক মনোজ গগৈ। মাত্র কেইজনমান উৎসাহী সমনীয়াৰ সৈতে কাজিৰঙাৰ এই যুৱকজনে আৰম্ভ কৰিলে এটি স্বেচ্ছাসেৱী সংগঠন। নাম দিলে “Rehabilitatoin Of Snakes And Birds” চমুকৈ NRSB। এই NRSBৰ উদ্দেশ্য বন্যপ্ৰাণী উদ্ধাৰ আৰু চিকিৎসা তথা পুনৰ সংস্থাপন।

এই উদ্দেশ্য আগত ৰাখি মনোজ গগৈয়ে আজিলৈকে প্ৰায় ২৫০০ ৰো অধিক বন্যপ্ৰাণী উদ্ধাৰ কৰি চিকিৎসা সেৱা আগবঢ়াই আহিছে। বন্যপ্ৰাণীৰ প্ৰতি থকা মৰমৰ বাবেই  আজিকোপতি চৰকাৰী-বেচৰকাৰী কোনো অনুদান নোহোৱাকৈ সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে এই সকলোবোৰ কৰি গৈছে ব্যতিক্ৰমী যুৱকজনে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0