Home দেশমেঘালয়-অৰুণাচলৰ ৮ খন আৰক্ষী থানাৰ পৰা প্ৰত্যাহাৰ ক’লা আইন ‘AFSPA’

মেঘালয়-অৰুণাচলৰ ৮ খন আৰক্ষী থানাৰ পৰা প্ৰত্যাহাৰ ক’লা আইন ‘AFSPA’

by News Desk
84 views
A+A-
Reset

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰাণালয়ে মেঘালয় আৰু অৰুণাচলৰ ৮ খন আৰক্ষী থানাৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰে৷ কেন্দ্ৰীয় চৰকাৰে এক ৰাজপত্ৰিত বিবৃতিৰ জৰিয়তে এই কথা ঘোষণা কৰে৷ ইয়াৰ লগতে মণিপুৰ, মিজোৰাম আৰু নাগালেণ্ডলৈ আহিব লগা বিদেশী নাগৰিক ক্ষেত্ৰত প্ৰতিবদ্ধকতা শিথিল কৰে৷ 

অৱশ্যে পাকিস্তান, আফগানিস্তান, আৰু চীনৰ নাগৰিকৰ ক্ষেত্ৰত পূৰ্বৰ নিয়মে বাহাল থাকিব৷ AFSPA অৰ্থাত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন, ১৯৫৮ উত্তৰ-পূৰ্বাঞ্চলত বলবৎ কৰি সেনাৰ হাতত সকলো নিয়ন্ত্ৰণ ন্যস্ত কৰাৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0