Home দেশপ্ৰতিদিনে ছাত্ৰৰ সৈতে শ্ৰেণী কোঠাত শিক্ষকৰ চেল্ফি, কিয়? জানিবলৈ পঢ়ক এই বাতৰি

প্ৰতিদিনে ছাত্ৰৰ সৈতে শ্ৰেণী কোঠাত শিক্ষকৰ চেল্ফি, কিয়? জানিবলৈ পঢ়ক এই বাতৰি

by News Desk
90 views
A+A-
Reset

ডিজিটেল ডেস্কঃ এক অভিনৱ পন্থাৰে নিৰ্ধাৰণ কৰা হ’ব উত্তৰাখণ্ডৰ কুমায়ুন ডিভিচনৰ অন্তৰ্গত বিদ্যালয়সমূহত শিক্ষক আৰু শিক্ষাৰ্থীৰ উপস্থিতি৷ এক নতুন পদ্ধতি অনুসৰি শিক্ষকসকলে বিদ্যালয়ত উপস্থিত হৈ শিক্ষাৰ্থীসকলৰ সৈতে চেল্ফি উঠি হোৱাটচএপ যোগে প্ৰেৰণ কৰিব লাগিব বিভাগক৷ চৰকাৰী বিদ্যালয়সমূহত সঠিক সময়ত শিক্ষক আৰু শিক্ষাৰ্থীসকল উপস্থিত হৈছেনে নাই তাৰ প্ৰতি নজৰ ৰাখিয়ে  কৰ্তৃপক্ষই এনে এটি নতুন পদক্ষেপ গ্ৰহণ কৰিছে৷ 

খবৰ মতে, উত্তৰাখণ্ডৰ শিক্ষক সকলৰ বাবে উজ্জ্বল সেৱা উত্তৰাখণ্ড নামৰ এটা মোবাইল এপ নিৰ্মানৰ কাম চলি আছে৷ এপটো যোৱা বছৰেই সম্পূৰ্ণ হোৱাৰ কথা আছিল যদিও কিবা কাৰণত এতিয়াও এপটো শিক্ষকসকলৰ বাবে মুকলি কৰি দিয়া হোৱা নাই৷ যাৰ বাবে শিক্ষকসকলৰ উপস্থিতি নিৰ্নয় কৰিবলৈ উত্তৰাখণ্ডত এই নতুন পদ্ধতিটো অৱলম্বন কৰা হৈছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0