Home অন্যান্য খবৰচৰাইদেউত যুৱকৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ

চৰাইদেউত যুৱকৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ

by News Desk
70 views
A+A-
Reset

সোণাৰিঃ চৰাইদেউ জিলাৰ বৰহাট থানাৰ অন্তৰ্গত চকলীয়া গাৱঁৰ পুখুৰীত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যকৰ সৃষ্টি কৰিছে। বৰহাট থানাৰ পৰা মাত্র পাঁচশ মিটাৰ দূৰত্বত চকলীয়া গাঁৱৰ এটা পৰিত্যক্ত পুখুৰীৰ পানীত এজন স্থানীয় লোকে এটা মৃতদেহ ওপঙি থকা প্ৰত্যক্ষ কৰি বৰহাট আৰক্ষীক খবৰ দিয়ে।

বৰহাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো পুখুৰীৰ পৰা উদ্ধাৰ কৰি বৰহাট থানালৈ নিয়ে। মৃতদেহটো নাহৰপুখুৰী কোঁৱৰগাঁৱৰ প্ৰদীপ শইকীয়াৰ পুত্ৰ দীপাংকৰ শইকীয়াৰ (২৬) বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0