Home অন্যান্য খবৰপঘাৰে বান্ধি হিমন্তক বাংলাদেশত থৈ আহিব মনজিৎ মহন্তই

পঘাৰে বান্ধি হিমন্তক বাংলাদেশত থৈ আহিব মনজিৎ মহন্তই

by News Desk
123 views
A+A-
Reset

নিউজ ডেস্কঃ “অসমৰ ৰজাই মূৰ দোৱাই কথা নকয়৷ কিন্তু আমি আজি লজ্জিত৷ লোকসভাৰ মজিয়াত অৰুণ জেটলীৰ দৰে মানুহক সৰ্বানন্দ সোণোৱালে মূৰ দোৱাই ভৰিত ধৰা অসভ্য অসমীয়া সৰ্বানন্দ সোণোৱাল৷ অসমীয়া বুলি কোৱাৰ যোগ্যতা নাই সৰ্বানন্দ সোণোৱালৰ৷”-এই তীৰ্যক মন্তব্য অসম সংগ্ৰামী মঞ্চৰ সভাপতি মনজিৎ মহন্তৰ৷

গোলাঘাট জিলাৰ টেঙানীৰ বিষ্ণুজ্যোতি সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিৱেশনৰ মুকলি সভাত জাতীয়তাবাদী নেতা মনজিৎ মহন্তই আৰু কয় যে সৰ্বানন্দ সোণোৱালে জাতি বিক্ৰী কৰিবলৈ ওলাইছে৷ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অধিৱেশনৰ মুকলি সভাত মহন্তই ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আক্ৰমণৰ লক্ষ্য হিচাপে লৈ পাবত গজা নেতা আখ্যা দিয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0