57
তিনিচুকীয়াঃ লিডুস্থিত পাটকাই ষ্টেডিয়ামৰ পেভিলিয়নৰ পাছফালে পুৱাই এটা অচিনাক্ত পুৰুষৰ অগ্নিদ্বগ্ধ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ। কয়লা নগৰী লিডুত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনাটো।
লিডুৰ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ পাটকাই ষ্টেডিয়ামৰত ক্ৰিকেট খেলি থকা এজন যুৱকে হেৰুওৱা বল বিচাৰিবলৈ গৈ মৃতদেহটো প্ৰত্যক্ষ কৰে।