Home অন্যান্য খবৰখাৰুপেটীয়া বেলতলী ঈদগাহত উলহ মালহৰে পবিত্ৰ ঈদ উল আজহা নামাজ

খাৰুপেটীয়া বেলতলী ঈদগাহত উলহ মালহৰে পবিত্ৰ ঈদ উল আজহা নামাজ

by News Desk
90 views
A+A-
Reset

newsnextone.com । খাৰুপেটীয়াঃ সমগ্ৰ দেশৰ লগতে আজি খাৰুপেটীয়াতো উলহ মালহৰে পবিত্ৰ ঈদ উল আজহা নামাজ আদায় কৰে ইছলাম ধৰ্মালম্বী লোকে। খাৰুপেটীয়া বেলতলী ঈদগাহত আলহাজ মৌলনা তালেব উদ্দিন আহমেদৰ ইমামতিত প্ৰায় দহ  সহস্ৰাধিক লোকে নামাজত অংশ লয়।

ইফালে খাৰুপেটীয়া টাউন জমে মছজিদ ঈদগাহত মৌলনা আহমদ আলীৰ ইমামতীত প্ৰায় চাৰি সহস্ৰাধিক লোকে নামাজ আদায় কৰে। নামাজৰ অন্তত দোৱা হয়। পিছত ইজনে সিজনক সাৱটি ভাতৃত্ববোধৰ মৰম বিলাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0