Home অন্যান্য খবৰদহবছৰে সম্পুৰ্ণ নোহোৱা ৰঙিয়াৰ ৮ কোটিটকীয়া দলং

দহবছৰে সম্পুৰ্ণ নোহোৱা ৰঙিয়াৰ ৮ কোটিটকীয়া দলং

by News Desk
65 views
A+A-
Reset

ৰঙিয়াঃ অৰ্ধশতাধিক গাঁৱক সংযোগ কৰিবলগা এখন দলং। গ্ৰামাঞ্চলৰ যাতায়ত আৰু অৰ্থনীতি সবল কৰাৰ বাবে দলঙৰ ভূমিকা কিমান সেয়া কাৰো অজ্ঞাত নহয়। কিন্তু দহ বছৰ উকলি যোৱাৰ পিছতো কেনেদৰে দলং এখনৰ নিৰ্মাণকাৰ্য আধৰুৱা হৈ থাকিব পাৰে, সেই সম্পৰ্কেহে অজ্ঞাত ৰাইজ।

ৰঙিয়াৰ সমীপৱৰ্তী বাগসাৰ পুঠিমাৰী নৈৰ ওপৰত থকা পকী দলংখনৰ বাবে আবণ্টিত ধন আছিল ৮ কোটি টকা। ১০ বছৰ পূৰ্বে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আধাৰশিলা স্থাপন কৰিছিল এই পকী দলংখনৰ। কিন্তু আজিকোপতি সম্পুৰ্ণ হৈ নুঠিল দলংখনৰ কাম।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0