Home অন্যান্য খবৰনগাঁৱত পোণা-কণীযুক্ত মাছৰ অবাধ বেহা, বিপন্ন থলুৱা মাছ

নগাঁৱত পোণা-কণীযুক্ত মাছৰ অবাধ বেহা, বিপন্ন থলুৱা মাছ

by News Desk
89 views
A+A-
Reset

নগাঁওঃ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বৰ্তমান মীন বিভাগৰ অৱহেলা আৰু অকৰ্মণ্যতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি এচাম অসাধু ব্যৱসায়ীয়ে ব্যাপক হাৰত পোণা মাছৰ লগতে কণীযুক্ত মাছৰ ৰমৰমীয়া ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷

প্ৰাপ্ত খবৰ মতে, জিলাখনৰ সকলোবোৰ গ্ৰাম্যাঞ্চলৰ উপৰিও নগাঁও চহৰৰ বজাৰত এতিয়া নিৰ্বিঘ্নে অব্যাহত আছে পোণা আৰু কণীযুক্ত মাছৰ অবাধ বেহা৷ উল্লেখ্য যে থলুৱা মাছৰ সংৰক্ষণৰ প্ৰতি ভাৰতীয় মীন আইনে প্ৰৱৰ্তন কৰা কঠোৰ আইনক উপলুঙা কৰি অসাধু ব্যৱসায়ী চক্ৰই এনেদৰে নিতৌ নানা বিৰল প্ৰজাতিৰ থলুৱা কণী হোৱা মাছ বিক্ৰী কৰি অহাত এনে বহু প্ৰজাতিৰ থলুৱা মাছ সম্প্ৰতি বিলুপ্তিৰ পথত আগবাঢ়িছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0