Home অন্যান্য খবৰনলবাৰীৰ শিশু নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ নাট্যদল- নলবাৰী সমন্বয় ক্ষেত্ৰ

নলবাৰীৰ শিশু নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ নাট্যদল- নলবাৰী সমন্বয় ক্ষেত্ৰ

by News Desk
61 views
A+A-
Reset

newsnextone.com। নলবাৰীঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত ২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা সদৌ অসম ভিত্তিক অনুষ্ঠিত শিশু নাট প্ৰতিযোগিতাখনি মঙ্গলবাৰে সামৰণি পৰে। অন্তিম নিশাৰ নাট্য প্ৰতিযোগিতাখনি উদ্বোধন কৰে বিশিষ্ট নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য্যই।

উদ্বোধনী ভাষণত নাট্যকাৰ ভট্টাচাৰ্য্যই কয় যে- প্ৰয়াত নাট্যকাৰ ভবেন বৰুৱাই শ্ৰমিকৰ বাবে নাটক লিখিছিল। তেওঁৰ সৃষ্টিত ৰাইজ মুগ্ধ হৈছিল। ভবেন বৰুৱাৰ দৰে নাট্যকাৰেও এচাম বুদ্ধিজীৱি তথা তথাকথিত লোকৰ দ্বাৰা সমালোচিত হৈছিল যদিও ভবেন বৰুৱাই তাক গুৰুত্ব নিদি নিজৰ কাম কৰা গৈছিল বুলি মন্তব্য কৰে। অৱশ্যে নাট্যকাৰ গৰাকীয়ে কৌশলেৰে ভাষণত নিজৰ একাংশ নাটকক  নাট্যপ্ৰেমি দৰ্শকে সমালোচনা কৰা সকলক কটাক্ষ কৰা বুলিও চৰ্চা হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0