Home ৰাজ্যমহাত্মা গান্ধী আদৰ্শ চিকিৎসা বিদ্যালয়ত কৃষক মুক্তিৰ প্ৰতিবাদঃ

মহাত্মা গান্ধী আদৰ্শ চিকিৎসা বিদ্যালয়ত কৃষক মুক্তিৰ প্ৰতিবাদঃ

by News Desk
99 views
A+A-
Reset

newsnextone.com৷ মৰিয়নীঃ মৰিয়নীৰ নকচাৰী আদৰ্শ চিকিৎসালয়ত ঘেৰাও কৃষক মুক্তিৰ। চিকিৎসক তথা পৰ্যাপ্ত চিকিৎসাসেৱা প্ৰদানৰ দাবীত কৃষক মুক্তিৰ এই প্ৰতিবাদ। দীৰ্ঘদিন ধৰি আৰ্দশ চিকিৎসালয়খনত চিকিৎসক নথকাত ৰাইজে যমৰ যাতনা ভোগি আহিছে। অসম, নাগালেণ্ড সীমান্তৰ চিকিৎসালয়খনত ৬জন চিকিৎসকৰ ভিতৰত আছে ৩জন চিকিৎসক। কিন্ত চিকিৎসকসকলৰ অনিয়মীয়া উপস্থিতিৰ বাবেই ৰাইজে চিকিৎসা সেৱা বিচাৰি হাবাথুৰি খাব লগা হয়। উল্লেখনীয় কথাটো হ’ল এইখন চিকিৎসালয়ত মৰিয়নী সমষ্টিৰ বিধায়কে আজি কিছু দিনৰ আগতে ৰাইজ আৰু সংবাদকৰ্মীৰ আঁঠু লয় ক্ষমা প্ৰাৰ্থনা খুজিবলৈ বাধ্য হয়৷ সেই বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱা পাছতো আজি লৈকে চৰকাৰ আৰু স্বাস্থ্য বিভাগৰ গা নলৰিল৷ সততে বাতৰি শিৰোনাম দখল কৰা এই চিকিৎসালয় খন থাকিও ৰাইজৰ কোনো সুবিধা হোৱা নাই,ৰাইজৰ এটা ডাঙৰ অভিযোগ৷

 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0