126
newsnextone.com৷ শিৱসাগৰঃ সদৌ তাই আহোম ছাত্ৰ সন্থাই (আটাছু ) ৰন্ধন গেছ তথা পেট্ৰল আৰু ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্রলীকা দাহ কৰি শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিৰ আকাশ বতাহ গৰম কৰি তোলে ।