Home অন্যান্য খবৰগোলাঘাটত মদমুক্ত অসম দাবী সমিতিৰ সংবাদমেল

গোলাঘাটত মদমুক্ত অসম দাবী সমিতিৰ সংবাদমেল

by News Desk
77 views
A+A-
Reset

মুৰফুলনিঃ অসমত সুৰা নিষিদ্ধ কৰি অসমক এখন সম্পূৰ্ণ সুৰামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে মদমুক্ত অসম দাবী সমিতিৰ এখন সংবাদমেল আজি গোলাঘাট প্ৰেছ ক্লাৱত অনুষ্ঠিত হয়। সংবাদ মেলত উপস্থিত থাকে কেন্দ্ৰীয় সভাপতি প্ৰৱীন দাস, সম্পাদক পুলক ৰঞ্জন, সভাপতি নাৰায়ণ গগৈ, গোলাঘাটৰ উপদেষ্টা দীনেশ গগৈ, পাৰিজাত বৰুৱা, যোৰহাটৰ উপদেষ্টা ৰফিক হুছেইন তথা গোলাঘাটৰ যুটীয়া সম্পদিকা ৰিকুমণি ৰাজখোৱা।

আলোচনাৰ সময়ত অসমত সুৰা সম্পুৰ্ণৰূপে নিষিদ্ধ কৰি সুৰামুক্ত অসম গঢ়াৰ কথা সদৰী কৰাৰ লগতে নতুনকৈ সুৰাৰ অনুজ্ঞাপত্ৰত হোৱা পৌৰসভা আৰু পঞ্চায়তৰ কেলেকাৰী, প্ৰশাসনৰ জ্ঞাতসাৰে চহৰৰ মাজমজিয়া, গাঁৱৰ চুলাই মদৰ ৰমৰমীয়া বেহা, চুলাই পেকেটিং কৰি নতুনকৈ পাৰমিট দিয়াৰ ব্যৱস্থাক মদমুক্ত দাবী সমিতিয়ে গৰিহণা দি দহদিনৰ সময়সীমা বান্ধি দিছে, অন্যথা তিনি মে’ৰ পৰা ৰাইজৰ সহযোগত তীব্ৰ আন্দোলন চলাই নিয়া হব বুলি জানিবলৈ দিয়ে সংস্থাটোৱে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0