60
NewsNextOne.Com/ লাংহিন:সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চেলাবৰৰ ৰাইজৰ সহযোগত কাৰ্বি আংলং জিলা স্বায়ত্ব পৰিষদৰ অধীনৰ লাংহিন সমষ্টিৰ চেলাবৰত ২১ ছেপ্টেম্বৰ তাৰিখে এখন জনজাগৰণ সভা অনুষ্ঠিত হয় ।