Home অন্যান্য খবৰজেহাদী সংগঠনৰ নিৰাপদৰ বিচৰনস্থলী হোৱাৰ পথত উজনি অসম

জেহাদী সংগঠনৰ নিৰাপদৰ বিচৰনস্থলী হোৱাৰ পথত উজনি অসম

by News Desk
85 views
A+A-
Reset

newsnextone.com| লিডুঃ দেশখনৰ অখণ্ডতা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি স্বৰূপ হৈ পৰা জেহাদী সংগঠনৰ দ্ৰুত উত্থানে দেশখনৰ লগতে অসমৰ বাবেও এতিয়া মূৰৰ কামুৰণি হৈ পৰিছে৷ বিশেষকৈ মুছলিম বসতিপ্ৰধান অঞ্চল সমূহত জেহাদী সংগঠন সমূহৰ দৃঢ়স্থিতি থকাৰ কথা গন্য কৰা হয় যদিও, শেহতীয়াকৈ অমুছলমান বসতি প্ৰধান অঞ্চল সমূহতো সিজবুল মোজাহিদ্দিনৰ দৰে জেহাদী সংগঠনে খোপনি পোতা কাৰ্যই অসম আৰক্ষীৰ উচ্চ মহলতো তীব্ৰ জোকাৰনিৰ সৃষ্টি কৰিছে ৷ 

তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিপং অঞ্চলত অৱস্থিত বাঁহ পাতেৰে নিৰ্মিত এটা গৃহত বিগত সুদীৰ্ঘ দিন ধৰি পৰিচালিত হৈ আহিছিল সিজবুল মোজাহিদ্দিনৰ দৰে জেহাদী সংগঠনৰ বিভিন্ন বে আইনী কাৰ্যকলাপ৷ যিহেতু গৃহটোত দীৰ্ঘদিন ধৰি আত্মগোপন কৰি আছিল বৰ্তমান অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা সিজবুল মোজাহিদ্দিনৰ অন্যতম সদস্য ওমৰ ফাৰুক৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0