newsnextone ৫ অক্টোবৰ দক্ষিণ শালমাৰাঃ আজি মানকাছাৰ জিলাৰ মানকাছাৰ আৰক্ষীৰ অভিযানত বৃহত পৰিমানৰ অবৈধ মদ আৰু বিয়েৰ জব্দ কৰা হয়। মানকাছাৰ থানাৰ অন্তৰ্গত দিয়াৰা গাওৰ পৰা জব্দ বৃহত পৰিমানৰ মদ-বিয়াৰ, জব্দ কৰাৰ লগতে দেশীয় সুৰা ১৫ লিটাৰ ধ্বংস। দীৰ্ঘ দিন ধৰি দিয়াৰা বজাৰত অবৈধভাৱে চলিছল মদৰ বেহা। আৰক্ষীৰ অভিযানত পলাই পত্ৰং দিয়ে মদ বেপাৰী।
নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীয়ে অধিক তীব্ৰ অভিযান চলাব বুলি মানকাছৰ আৰক্ষীয়ে আজি প্ৰকাশ কৰে। আনহাতে ফকিৰগঞ্জ থানাৰ আৰক্ষীৰ অভিযানতো মদ আৰু বিয়েৰ জব্দ কৰা হয়৷
139
previous post