62

ডিজিটেল ডেস্কঃ পুৱাৰে পৰা দেশৰ মহান তবলা বাদক, ক্লাছিকেল তথা কথকৰ নৃত্যকাৰ লচ্ছু মহাৰাজৰ ৭৪ সংখ্যক জয়ন্তীত Googleএ Doodle বনাই তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি স্মৰণ কৰে৷ এই ডুডলত মহাৰাজৰ পেন্টিঙ তৈয়াৰ কৰি তবলা বজাই গান গোৱাৰ ভংগীমাৰে এক সুন্দৰ ছবি প্ৰতিফলিত হোৱা দেখা গৈছে৷