64
ডিজিটেল ডেস্কঃ জনাৰণ্যত প্ৰৱেশ কৰা এটা নাহৰফুটুকীৰ আক্ৰমণৰপৰা বাচিবৰ বাবে উপায় নাপাই চাদৰপৰা জাপ মৰাৰ লোমহৰ্ষক দৃশ্যৰ ভিডিঅ’ এটাই চাঞ্চল্যৰ সৃষ্ট কৰিছে সৰ্বত্ৰে।
উৰিষ্যাৰ কান্টাবাঞ্জি ফৰেষ্ট ৰেঞ্জৰ কুৰুলী গাঁৱত অতৰ্কিতে প্ৰৱেশ কৰে এটা নাহৰফুটুকীয়ে। বাঘটোৱে এজন যুৱকক আক্ৰমণ কৰাৰ পিছতে বন বিভাগক খবৰ দিয়ে গাঁওবাসীয়ে।