59
কলকাতাঃ পৰিৱেশ প্ৰদূষিত কৰা আতজবাজীৰ উৎপাদন আৰু বিক্ৰীত উচ্চতম ন্যায়ালয়ে কঠোৰ নিৰ্দেশনা দিয়াৰ পাছত এইবাৰ দীপাৱলীত ফটকাৰ বিক্ৰী ৪০ শতাংশ কমি গৈছে।
এই অবনমিত ব্যৱসায়ৰ বাবে উৎপাদনকাৰীসকলে উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে কম প্ৰদূষিত ফটকা উৎপাদনৰ ক্ষেত্ৰত চৰকাৰক নীতি নিৰ্ধাৰণ কৰিবলৈ অনুৰোধ জনাইছে।