72
ৰায়পুৰঃ চত্তীশগড় বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ এদিন পূৰ্বে সংঘটিত হৈছে ভয়ংকৰ কূটাঘাত। ৰাজ্যখনত সক্ৰিয় মাওবাদীয়ে অন্তগড় গাঁৱত সাতটাকৈ বোমা বিস্ফোৰিত কৰাৰ পাছতে আৰম্ভ হৈছে ভয়াৱহ গুলীয়াগুলী।
ৰাজধানী ৰায়পুৰৰপৰা ১৮০ কিল’মিটাৰ নিলগৰ কানকেৰ জিলাত নিৰাপত্তাৰক্ষী আৰু মাওবাদী মাজত তুমুল গুলীয়াগুলী চলি আছে।