73
মোহালীঃ ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ হিৰো ব্ৰিগেদিয়াৰ কুলদীপ সিংহ চান্দপুৰীৰ মোহালীৰ ফোৰ্টিস হাস্পতালত মৃত্যু হয়। কেন্সাৰেৰে যুঁজি যুঁজি অৱশেষত হাৰ মানিলে ব্ৰিগেডিয়াৰ চান্দপুৰীয়ে।
উল্লেখযোগ্য যে, ১৯৯৭ চনত মুক্তি লাভ কৰা ব্লকবাষ্টাৰ ‘ব’ৰ্ডাৰ’ ছবিখন কুলদীপ সিংহৰ সৈনিক জীৱনৰ আলমত ৰচিত। চিনেমাখনত ব্ৰিগেডিয়াৰজনৰ চৰিত্ৰক বাস্তৱ ৰূপ দিছিল অভিনেতা ছানী দেউলে।