কংগ্ৰেছ ৭০ বছৰৰ শত্ৰু, বিজেপি সংবিধানৰ শত্ৰুঃ দৰঙৰবেছিমাৰীত বদৰুদ্দিন আজমল

Home অন্যান্য খবৰকংগ্ৰেছ ৭০ বছৰৰ শত্ৰু, বিজেপি সংবিধানৰ শত্ৰুঃ দৰঙৰবেছিমাৰীত বদৰুদ্দিন আজমল

কংগ্ৰেছ ৭০ বছৰৰ শত্ৰু, বিজেপি সংবিধানৰ শত্ৰুঃ দৰঙৰবেছিমাৰীত বদৰুদ্দিন আজমল

by News Desk
67 views
A+A-
Reset

খাৰুপেটীয়া: সমাগত পঞ্চায়ত নিৰ্বাচনত জন সমৰ্থন আদায়ৰ লক্ষ্যৰে দৰঙৰ দলগাঁৱত বিভিন্ন হাই প্ৰফাইল নেতাই ভিৰ কৰিছে। আজি দলগাঁৱৰ বেছিমাৰীত এ আই ইউ ডি এফৰ মূৰব্বী বদৰুদ্দিন আজমলে হেলিকপ্টাৰযোগে চলায় নিৰ্বাচনী প্ৰচাৰ। 

দৰং জিলা এ আই ইউ ডি এফৰ সভাপতি হবিবুৰ ৰহমানৰ পৌৰহিত্যত অনুষ্ঠিত উক্ত সভাত বদৰুদ্দিনে কংগ্ৰেছ আৰু বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয়- কংগ্ৰেছে ৭০ বছৰে মুছলমানৰ লগত গাদ্দাৰি কৰিছে। শৈক্ষিক আৰু অৰ্থনৈতিক ভাবে পিছুৱাই ৰাখিছে। ভয়-ভাবুকিৰে ভোট লৈছে আৰু উপহাৰ দিছে ‘ডি’ ভোটাৰ, দিছে ডিটেঞ্চন কেম্প, দিছে বিদেশীৰ অপবাদ। সেয়েহে, মুছলমান সকলে এই দলক প্ৰত্যাখ্যান কৰাৰ বিকল্প নাই। আজমলে কংগ্ৰেছক মুছলমানৰ ৭০ বছৰীয়া শত্ৰু আখ্যা দি এন আৰ চি ৰ ক্ষেত্ৰত কংগ্ৰেছৰ অৱদান কি বুলিও প্ৰশ্ন কৰে। ৰাজনৈতিক স্বাৰ্থতে কংগ্ৰেছে ডি ভোটাৰ সমস্যা জীয়াই ৰাখিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0