‘দলবিৰোধী দিলীপ’, ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীয়ে কৰিলে প্ৰৱেশ নিষেধ

Home অন্যান্য খবৰ‘দলবিৰোধী দিলীপ’, ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীয়ে কৰিলে প্ৰৱেশ নিষেধ

‘দলবিৰোধী দিলীপ’, ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীয়ে কৰিলে প্ৰৱেশ নিষেধ

by News Desk
68 views
A+A-
Reset

বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথ জিলা কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভাপতিক লৈ শেহতীয়াকৈ দেখা দিয়া অসন্তুষ্টিয়ে এতিয়া চৰম পৰ্যায় পাইছে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বাৰম্বাৰ বিফলতাৰ সমুখীন হোৱাৰ পিছত আত্মবিশ্লেষণৰ তুলাচনীত নিজকে জুখি চোৱাৰ সময়তে পদবীক লৈ খোৱা-কামোৰাৰ দৃষ্টিকটু দৃশ্য দেখা গৈছে অসমৰ নৱগঠিত জিলা বিশ্বনাথত।

ইফালে দিল্লী পৌৰ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সমুখীন হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত কংগ্ৰেছ দলটোৰ মুৰব্বীৰ দায়িত্বত থকা জেষ্ঠ নেতা অজয় মেকানে পদত্যাগ কৰিলেও অসমত এইবোৰ কথাৰ যেন কোনো প্ৰভাৱেই নপৰা পৰিলক্ষিত হৈছে। এনেই এক পৰিস্থিতি দেখা গৈছে বিশ্বনাথ জিলাত। জিলাখনত নেতৃত্বক লৈ সৃষ্টি হৈছে অবাঞ্চিত পৰিস্থিতি। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0