119
নতুন দিল্লীঃ পোন প্ৰথমবাৰৰ বাবে ভাৰতীয় বায়ু সেনা বাহিনীয়ে জৈৱ ইন্ধন ব্যৱহাৰ কৰি এখন বিমান পৰীক্ষামূলকভাৱে উৰুৱায়৷
সোমবাৰে বেংগালুৰুত এ এন-৩২ নামৰ মালবাহী বিমানখনৰ উৰণ সফলতাৰে সমাপ্ত কৰা হয়৷