116
মৰিয়নীঃ মৰিয়নী নগৰৰ বিভিন্ন সুলভ মূল্যৰ একাংশ অসাধু দোকানীয়ে অধিক লাভাৰ বাবে কিছুমান চৰকাৰে দিয়া চাউল, চেনি, আটা, কেৰাচিন ক’লা বজাৰত বিক্ৰী কৰি আছে৷
দৰিদ্ৰ ৰাইজৰ বাবে চৰকাৰে যোগান ধৰা চাউল, চেনি, আটা, কেৰাচিনৰ দৰে বস্তু বিক্ৰী কৰি দুখীয়াৰ প্ৰাপ্যখিনি কাঢ়ি লোৱা হৈছে৷