156
ডিজিটেল ডেস্কঃ মনৰ পৰাও ৰঙা লাইট আতৰাবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ৷ গাড়ীৰ পৰা ৰঙা লাইট আতৰোৱাৰ পিছত এইবাৰ মনৰ পৰা ৰঙা লাইট আতৰোৱাৰ আহ্বান মোদীৰ৷ আজি “মন কী বাত”ৰ ৩১তম খণ্ডত “ভিআইপি”লৈ এই আহ্বান প্ৰধানমন্ত্ৰীৰ৷
নতুন ভাৰতবৰ্ষই ভিআইপিৰ পৰিৱৰ্তে ইপিআই(এভৰি পাৰ্ছন ইছ ইমপৰ্টেন্ট)ৰ প্ৰতি বেছি গুৰত্ব দিব বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ মোদীয়ে কয় যে দেশৰ পৰা ভিআইপি সংস্কৃতি নিৰ্মূলকৰণৰ বিষয়টোক চৰকাৰে গুৰুত্বসহকাৰে লৈছে৷