62
ডিজিটেল ডেস্কঃ শাৰীৰিক অক্ষমতা বহুতৰ বাবে অভিশাপশ্বৰূপ৷ কিন্তু এই অক্ষমতাক যিসকলে প্ৰতিদ্বন্দী হিচাবে ভাবি আগুৱায় যায়, সেইসকলেই জীৱন যুদ্ধত আন দহোজনতকৈ সফল হয়৷ শেহতীয়াকৈ তেনে এগৰাকী ব্যক্তিৰ মনোবলে সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে৷
বাহুবলীৰ অভিনেতা ৰাণা ডাগুৱতী৷ বৰ্তমানৰ সৰ্বত্ৰে জনপ্ৰিয় চলচিত্ৰ বাহুৱলীৰ দুটা খণ্ডতে ভল্লালদেৱৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনে দেখা নাপায় তেওঁৰ সোঁচকুৰে৷