65
ডিজিটেল ডেস্কঃ প্ৰেম নিবেদন কৰাতো সকলোৰ বাবেই এক মধুৰতম মুহুৰ্ত৷ পিছে প্ৰেম নিবেদন কৰোতে এতিয়া যুৱকসকল সাৱধান হ’বৰ হ’ল। নহ’লে কেতিয়া গৈ জেলত সোমাবলগীয়া হয় তাৰ কোনো ঠিকনা নাই।
শেহতীয়াকৈ এনে এক ঘটনা সংঘটিত হৈছে মুম্বাইত। ভাল লগা এগৰাকী যুৱতীক আই লাভ ইউ বুলি কৈ জেললৈ যাবলগীয়া হৈছে প্ৰেম প্ৰত্যাশী এজন যুৱক৷ ১৬ বছৰীয়া এগৰাকী ছাত্ৰীক প্ৰেম নিবেদন কৰি জেললৈ যোৱা এই যুৱকজনৰ বয়স ২২ বছৰ বুলি জানিব পৰা গৈছে।