57
ডিফুঃ চলিত বৰ্ষৰ জানুৱাৰী মাহত ডিফুত অনুষ্ঠিত ফাৰ্ষ্ট ডান ব্লেক বেল্ট পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ মাজত প্ৰমাণ-পত্ৰ বিতৰণ কৰা হয়৷
শণিবাৰে কাৰ্বি আংলং ছট’কান কেৰাটে ডু এছ’চিয়েছনে ডিফুৰ খৰচিং তেৰাঙ মেম’ৰিয়েল পাৰ্কত আয়োজন কৰা এক অনুষ্ঠানত চলিত বৰ্ষৰ ৩ জানুৱীৰীত অনুষ্ঠিত হোৱা ব্লেক বেল্ট পৰীক্ষাত উত্তীৰ্ণ হোৱা ৪০ গৰাকী শিক্ষাৰ্থীৰ মাজত প্ৰমাণ-পত্ৰ বিতৰণ কৰা হয়৷