86
নতুন দিল্লীঃ ৰাজনীতিৰ প্ৰত্যাহ্বানৰ সন্মুখত ছ’চিয়েল মিডিয়া ফেচবুকে এক নতুন পদক্ষেপ গ্ৰহণ কৰে৷ ২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচনীৰ পূৰ্বে ফেচবুকে ৰাজনীতিৰ লগত জড়িত থকা প্ৰায় ৬৮৭ টা পেজৰ একাউন্ট আঁতৰাই পেলায়৷
অৰ্থাৎ বৰ্তমান ছ’চিয়েল মিডিয়া ফেচবুক, টুইটাৰে ৰাজনীতিৰ দিশত যথেষ্ট প্ৰভাৱ পেলাই আহিছে৷ যিহেতু ২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচনীৰ কাষ চাপিছে, সিমানেই ফেচবুকত জনসাধাৰণক ভুলুৱাবলৈ বিভিন্ন ধৰণৰ পোষ্ট আপডেট কৰা দেখা গৈছে৷