126
শিৱসাগৰঃ যিদৰে নিৰ্বাচনী প্রচাৰ তুংগত উঠিছে সেইদৰে হেপাঁহৰ বিহুটিক আদৰিবলৈ অসমীয়াই ককাঁলত টঙালী বান্ধিছে৷
এয়া শিৱসাগৰ জিলাৰ দিখৌমুখৰ দৃশ্য ,পদুলি মুখত অসমীয়াৰ বাপটি সাহোন ৰঙালী বিহু,