109
ওদালগুৰিঃ সাংবাদিকৰ ৰোষত পৰিছে বিটিচিৰ এজন কাৰ্যবাহী সদস্য। মনলৈ যি আহে তাকেই ফেচবুকত প্ৰকাশ কৰি একাধিক লোকে ৰঙাঘৰৰ আলহী হোৱাৰ পিছতো কোনধৰণৰ শিক্ষা নলৈ নিজৰ দায়িত্বৰ কথা পাহৰি এইজন কাৰ্যবাহী সদস্যয়ো পুনৰাবৃত্তি কৰিছে একে ভুলৰ।
জানিব পৰা মতে, আজি ওদালগুৰি জিলাৰ কেবাগৰাকীও সাংবাদিকক চৰকাৰীভাৱে স্বীকৃত সাংবাদিকৰ পৰিচয়-পত্ৰ প্ৰদান কৰা হয়। এই কৃতিত্বৰ কথা এজন সাংবাদিকে নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে বন্ধুবৰ্গক জনাইছিল।