Home সংস্কৃতিঘগ্ৰাপাৰত যুৱ-ছাত্ৰ পৰিষদৰ বয়োজ্যেষ্ঠৰ আশিস বিচাৰি পদূলিত বিহু

ঘগ্ৰাপাৰত যুৱ-ছাত্ৰ পৰিষদৰ বয়োজ্যেষ্ঠৰ আশিস বিচাৰি পদূলিত বিহু

by News Desk
64 views
A+A-
Reset

দিগন্ত বৰ্মন, বৰনৰ্দ্দীঃ পূৰ্বৰদৰে এইবাৰো অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ উদোগত অসমীয়া জাতীয় জীৱনৰ সংহতিৰ প্ৰতীক ৰঙালী বিহুৰ দেওবাৰে অন্তিম দিনা অঞ্চলটোৰ বয়োজ্যেষ্ঠ ব‍্যক্তিৰ গৃহত উপস্থিত হৈ পদূলিত বিহু নাচি বয়োজ্যেষ্ঠসকলক বিহুৱান পিন্ধাই আশীৰ্বাদ লয়।

এইবাৰ ঘগ্ৰাপাৰ অঞ্চলৰপৰা বিশেষ পাৰৰ্দশিতা দেখুওৱা  জ্যেষ্ঠ ব‍্যক্তিৰ লগতে শিক্ষাবিদ সৰ্বেশ্বৰ শীল, বিশিষ্ট নাগাৰা নামৰ পাঠক কৈলাশ তালুকদাৰ, আৰ্দশ কৃষক ফুকন বৰ্মন, সাংস্কৃতিক কৰ্মী নুৰ ইছলাম, ৰাজহ চক্ৰ বিষয়া জোনতি ডেকা, আৰক্ষী বিষয়া ভাস্কৰ পাটোৱাৰী, বাবুল কুমাৰ মেধি, প্ৰাঞ্জল বৰুৱাক বিহুৱান, মান-পত্ৰ, চেলংচাদৰ, অসমীয়া জাতীয় জীৱনৰ সন্মানৰ প্ৰতীক তামোল-পাণ  দিয়াৰ লগতে তেওঁলোকৰ পদূলিত এপাক বিহু নাচি আশীৰ্বাদ লয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0