93
লিডুঃ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত বৃহত্তৰ মাকুমকিল্লাবাসী ৰাইজৰ সৌজন্যত ৪ দিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে উদযাপন কৰিছে অবিভক্ত ডিব্ৰুগড় জিলা ভিত্তিত ৰঙালী বিহু উৎসৱ৷
সগৌৰৱে ৰূপালী জয়ন্তীবৰ্ষত ভৰি দিয়া বিহু মেলাখনিত ১৪ এপ্ৰিলত স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তিসকলক ৰঙালী বিহুৰ ওলগ আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷