Home সংস্কৃতিশশী ফুকন আৰু বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকাক ৰাজহুৱা সম্বৰ্ধনা

শশী ফুকন আৰু বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকাক ৰাজহুৱা সম্বৰ্ধনা

by News Desk
A+A-
Reset
150a4ede-b62d-459b-b52a-80ee8753a58f

নলবাৰীঃ নলবাৰীৰ নাট্য মন্দিৰ প্ৰাংগণত সমন্বয় গোষ্ঠী, নলবাৰীৰ উদ্যোগত আৰু ভাষা আৰু ভাষা বিজ্ঞান কেন্দ্ৰ, নলবাৰী মহাবিদ্যালয়ৰ সহযোগত বিশেষ অন্তৰংগ আলাপ আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়।

উক্ত সম্বৰ্ধনা অনুষ্ঠানত অসমৰ জনপ্ৰিয় আলোচনী তথা পঞ্চাশ বছৰ অতিক্ৰম কৰা বিস্ময়ৰ সম্পাদক শশী ফুকন আৰু বিশিষ্ট ৰহস্য সাহিত্যিক তথা সাত সতাধিক গ্ৰন্থৰ ৰচক ৰঞ্জু হাজৰিকাক নলবাৰীৰ বিভিন্ন দল-সংগঠনে ৰাজহুৱা সম্বৰ্ধনা জনায়। সম্বৰ্ধনা গ্ৰহণ কৰি দুয়ো গৰাকী ব্যক্তিয়ে আবেগিক হৈ পৰা বুলি প্ৰকাশ কৰে লগতে নলবাৰীবাসীক ধন্যবাদ জনায়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0