55
জাজৰিঃ অসম সাহিত্য সভাৰ অন্যতম শক্তিশালী শাখা জাজৰি আঞ্চলিক শতদল বশাখাৰ ব্যৱস্থাপনাত সৈনিক শিল্পী, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতি দিৱসটি জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত এদিনীয়া কাৰ্যসূচীৰে উদযাপনৰ আয়োজন কৰিছে।
সেই উদ্দেশ্যে বুধবাৰে দিনৰ ১০ বজাত জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জাজৰি শাখাৰ আহ্বানত হোৱা সভাত সভাপতিত্ব কৰে শাখাৰ সভাপতি চফিকুল হকে।