78
হেমন্ত কলিতা, নলবাৰীঃ আইটিএফ টাং-চু-দু স্পোৰ্টছ এছোচিয়েচন, অসমৰ উদ্যোগত গুৱাহাটীৰ বেলতলাত দেওবাৰে ৰাজ্যিক পৰ্যায়ৰ আন্তঃস্কুল টাং-চু-দু(ল’ৰা-ছোৱালী) সমৰ কলা প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।
উক্ত খেলখনত নলবাৰী জিলা টাংচু-দু এছোচিয়েচনৰপৰা এঘাৰজনীয়া এটা দলে অংশগ্ৰহণ কৰে।নলবাৰীৰ দলটোৱে দুটা সোণৰ পদক, দুটা ৰূপৰ পদক আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।