105
ফখৰুল ইছলাম,দৰংঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত শুকুৰবাৰে নিশা আটক কৰা হয় গড় চিকাৰীক৷
নিশা উদ্যানখনৰ কাষতে থকা বগৰিবাৰী চৰত দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলোৱা এক অভিযানত শ্যামপুৰ থানাৰ আৰক্ষীয়ে এটা ৩•৩ ৰাইফল, ১১ জাঁই গুলীসহ আটক কৰে সুৰেশ হেমৰন নামৰ গঁড় চিকাৰীক৷