Home ৰাজ্যনিবনুৱা যুৱকক প্ৰতাৰণা প্ৰাক্তন আলফা নেতাৰ

নিবনুৱা যুৱকক প্ৰতাৰণা প্ৰাক্তন আলফা নেতাৰ

by News Desk
67 views
A+A-
Reset

নগাঁওঃ  নিবনুৱা যুৱকক ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপনৰ নামত বুজন পৰিমাণৰ ধন লৈ চূড়ান্ত প্ৰতাৰণাৰ আশ্ৰয় লোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে নগাঁৱৰ এজন প্ৰাক্তন আলফা নেতাৰ বিৰুদ্ধে৷ আনকি ব্যৱসায়িক প্ৰতিষ্ঠানৰ মাটি দিব নোৱাৰি যুৱকজনৰ পৰা লোৱা ধন পুনৰ যুৱকজনক ঘূৰাই দিয়াৰ নামত মিথ্যাচাৰী নেতাজনে দিয়া চেকো বাউন্স হয় ৷

বিগত বিধানসভা নিৰ্বাচনত জাগীৰোড সমষ্টিৰ পৰা এ আই ইউ ডি এফৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াই পৰাজয় বৰণ কৰা এই নেতাজনৰ নাম হৈছে পুতুল চন্দ্ৰ দাস ৷ জানিব পৰা মতে, প্ৰাক্তন আলফা নেতা পুতুল চন্দ্ৰ দাসে নগাঁও চহৰৰ মাৰোৱাৰী পট্টিত থকা তেওঁৰ মাটিত ব্যৱসায়িক প্ৰতিষ্ঠান খুলিবৰ বাবে অনুমতি প্ৰদানৰ নামত বৰবজাৰৰ ইমৰাণ হুছেইন নামৰ নিবনুৱা যুৱক এজনৰ পৰা ডেৰ লাখ টকা নিৰাপত্তাৰ ধন হিচাপে লৈছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0