Home অন্যান্য খবৰআতংকিত হৈ পৰিছে নৈ পৰীয়া মানুহে…… প্ৰৱল গৰাখহনীয়াই উটুৱাই নিছে গাঁৱৰ সপোন

আতংকিত হৈ পৰিছে নৈ পৰীয়া মানুহে…… প্ৰৱল গৰাখহনীয়াই উটুৱাই নিছে গাঁৱৰ সপোন

by News Desk
67 views
A+A-
Reset

ফখৰুল ইছলাম, দৰংঃ বিগত কিছু দিন ধৰি প্ৰায় নেৰেনেপেৰা বৰষুণ ৰ ফলত টাংনী নৈৰ বাঢ়নী পানীয়ে তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি কৰি নেপালীবজাৰ হৈ, ভুটপুখুৰী, গলন্দি, নদীৰমুখ, বাহাবাৰী আদি কৰি প্ৰায় কুৰিৰো অধিক গাৱৰ হাজাৰ হাজাৰ বিঘা কৃষি ভূমিৰ লগতে শ শ পৰিয়ালক শংকিত কৰি তুলিছে৷

নৈ খনৰ গৰাখহনীয়াই ইতিমধ্যে বহুতো পৰিয়ালৰ ঘৰ দুৱাৰ উটুৱাই নিয়াৰ লগতে কৃষি ভূমি উটুৱাই নিছে৷ নৈখনৰ গতি সলনি হৈ ভুটপুখুৰী-বাহাবাৰী সংযোগী দলংখনৰপৰা ফালৰি কাটি এতিয়া জনবসতিপূৰ্ণ এলেকা ৰাজহুৱা ৰাস্তা ঘাট লৈ গতি কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0